পুনৰবাৰ বৃদ্ধি পালে আমূল ব্ৰেণ্ডৰ গাখীৰৰ দাম।
প্ৰতিলিটাৰ গাখীৰৰ দাম দুটকাকৈ বৃদ্ধি।
আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।
উৎপাদনজাত ব্যয় বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচনৰ এই সিদ্ধান্ত।