পুনৰ চিকিৎসাৰ অভাৱত মৃত্যু এজনৰ

76

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তীব্র উত্তেজনা

পুনৰ চিকিৎসাৰ অভাৱত মৃত্যু এজনৰ

ICU ত ভৰ্তি কৰাৰ সময়ত মেডিকেলৰ নাৰ্চে চাহ খাবলৈ বিচাৰিছিল টকা

চাহ খাবলৈ টকা নিদিয়াৰ বাবে ভাল কৈ চিকিৎসা নকৰাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ

ৰোগীক গৰু ছাগলী নিচিনাকৈ বান্ধি চিকিৎসা কৰি থৈ চাহ খাবলৈ নিদিয়াৰ বাবে ভাল দৰে চিকিৎসা নকৰাৰ অভিযোগ উত্থাপিত কৰিছে।

কিয় বাৰে বাৰে এনেবোৰ ঘটনা ঘটিছে লখিমপুৰ মেডিকেল কলেজত।