গুৱাহাটীত পুনৰ ৪ গৰাকী আৰক্ষী আক্ৰান্ত ক’ভিডত৷ পল্টনবজাৰ থানাৰ এ এছ আই গুঞ্জনন্দ টাইড কৰ’নাক্ৰান্ত৷
বিৰুবাৰী আৰক্ষী চকীৰ ৩ গৰাকী আৰক্ষীও কৰ’না পজিটিভ৷ এছ আই জগদীশ কলিতা, চালক, দেহৰক্ষীও কৰ’না পজিটিভ৷
আটাইকেইজন আক্ৰান্ত আৰক্ষী সম্প্ৰতি চিকিত্সাধীন৷