গোৱালপাৰাৰ লক্ষীপুৰত গুলীচালনাৰ ঘটনা।
ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
গুলীবিদ্ধ ডকাইত নুৰ আলম।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা।
ভৰিত আঘাতপ্ৰাপ্ত নুৰক গোৱালপাৰা অসামৰিকত চিকিৎসালয়ত ভৰ্তি।