পুনৰ উত্তপ্ত হ’ব নেকি বড়ো ভুমি?

138

পুনৰ উত্তপ্ত হ’ব নেকি বড়ো ভুমি?

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ BTRৰ অনাবড়ো ৰাইজ ।

BTRত নতুন গাঁ‌ও সংলগ্ন কৰাকলৈ অব্যাহত আছে উত্তেজনা ।

গাঁ‌ও কৰ্তন নকৰাকৈ গাঁ‌ও অন্তৰ্গত কৰা কাৰ্য মানি নলয় BTRৰ অনাবড়ো ৰাইজে ।

২ ফেব্ৰুৱাৰীত উত্তৰ অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ ।

প্ৰয়োজনত জংগী আন্দোলনেৰে BTR স্তব্ধ কৰি দিয়াৰো হুংকাৰ অবড়ো সুৰক্ষা সমিতিৰ ।

একেদৰে গাঁ‌ও কৰ্তন নকৰাকৈ গাঁ‌ও সংলগ্ন কৰা কাৰ্য মানি নলয় AJYCP তামুলপুৰ জিলা সমিতিয়ে ।

সংগঠনটোৱে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে।