এইবাৰ ছিপাঝাৰত সুৰাসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।
গোৱালঝাৰত পুত্ৰ শশাংকৰ দাৰ ঘাপত নিহত ইন্দ্ৰকান্ত শৰ্মা।
প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত মৃত্যু ইন্দ্ৰকান্ত শৰ্মাৰ।
বুধবাৰে হত্যাকাৰী পুত্ৰই প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক।
সংকটজনক অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
নিশা চিকিৎসাধীন অৱস্থাতে GMCHত মৃত্যু হয় ইন্দ্ৰকান্ত শৰ্মাৰ।
ইতিমধ্যে মাতৃ চিকিৎসাধীন অৱস্থাত আছে।