পিৰামল ফাৰ্মা লিমিটেডৰ উপভোক্তা সামগ্ৰী বিভাগে ‘আই-ফিল জেণ্টেল ইণ্টিমেট ৱাছ’ আৰম্ভ কৰাৰ সৈতে ফেমনিন ইণ্টিমেট কেয়াৰ শ্ৰেণীত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে। পিৰামলৰ ‘আই-ফিল’ মৃদু ইণ্টিমেট ৱাছ এগৰাকী মহিলাৰ অন্তৰঙ্গ অঞ্চলৰ বাবে মৃদু আৰু সুৰক্ষিত। ই নিম, তুলসী আৰু চাহ গছৰ তেলেৰে সমৃদ্ধ যিয়ে সংক্ৰমণ আৰু জ্বালন আঁতৰাই ৰাখে। সামগ্ৰীটো প্ৰথমতে পশ্চিম বংগৰ বজাৰত আৰু সকলো আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ হ’ব। কোম্পানীটোৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিষ্ঠিত অভিনেত্ৰী য়ামি গৌতমৰ সৈতে ‘আই-ফিল’ৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে ইয়াৰ সম্পৰ্ক ঘোষণা কৰিছে।
Latest article
ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ আদাৰ পুনাৱালাৰ
আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব কৰিছে। আদাৰ পুনাৱালাই ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে,...
ৰাজ্যিক বিজেপিত অথন্তৰ
অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি...
ৰাজ্যত বলিছে উপ-নিৰ্বাচনী বতাহ
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনী বতাহ । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই পাঁচটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্ক...