পর্যটকৰ বাবে আহিল সুখবৰ

74

ষ্টাফৰিপৰ্টাৰ, পর্যটক সকলৰ বাবে সুখবৰ আহিছে। সম্পূর্ণ চাৰে তিনি মাহৰ পাছত পৰ্যটকৰ বাবে মুকলি হ’ল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনৰ প্ৰত্নতাত্বিকস্থলীসমূহ।
সোমবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ লগতে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনৰ প্ৰত্নতাত্বিকস্থলী সমূহ ।আজিৰে পৰা এই সমূহ স্থলীলৈ আহিব পাৰিব পৰ্যটক সকল। পৰ্যটক সকলে আজিৰে পৰা পৰ্যটনস্থলী সমূহ দৰ্শন কৰিব পাৰিব যদিও কিন্তু সমান্তৰাল কৈ পৰ্যটন স্থলীসমূহ পৰিদৰ্শন কৰোতে মানি চলিব লাগিব চৰকাৰে বান্ধি দিয়া বিশেষ নীতি নিয়ম সমূহ।