পদত্যাগৰ বাবে ৰাজভৱনলৈ ৰাওনা নীতিশ কুমাৰ

300

পদত্যাগৰ বাবে ৰাজভৱনলৈ ৰাওনা নীতিশ কুমাৰ। কিছু সময় পাছতে ৰাজভৱনত উপস্থিত হ’ব মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। JD(U)ৰ সকলো বিধায়ক নীতিশ কুমাৰৰ পক্ষত। বিজেপিৰ সমৰ্থনত আজি পুনৰ শপত ল’ব নীতিশ কুমাৰে ।