নৃশংস! কোকৰাঝাৰত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ…

409

পাৰিবাৰিক সংঘাতৰ পৰিণতিত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল পুত্ৰই।

এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ ছালাকাটি গাঁৱত।

জানিব পৰা মতে, পাৰিবাৰিক সংঘাতৰ বাবেই পুত্ৰ ছাহিনুৰ আলীয়ে ডেগাৰেৰে ঘপিয়াই হত্যা কৰে পিতৃ বাহাৰ আলীক।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে পাষাণ পুত্ৰই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি হত্যাকাৰী ছাহিনুৰক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।