নুমলীগড়ৰ বিষ্ণুপুৰ অঞ্চলৰ ১ নং পংকাগ্ৰাণ্টৰ এজন ব্যক্তিৰ ঘৰৰ কুঁৱাৰ পৰা মৰঙি অঞ্চলৰ সৰ্পবন্ধু ৰূপে খ্যাত “প্ৰসন্নদীপ বৰদলৈ”য়ে বকিয়াল খণ্ড বনবিষয়া “কুলদীপ বৰ্মন”ৰ নেতৃত্বত অহা এটা বনকৰ্মী দলৰ সহযোগত বিষাক্ত সাপটো উদ্ধাৰ কৰি এক বিপদৰ পৰা ৰক্ষা কৰে পৰিয়ালটোক। সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈৰ সহযোগত বনবিভাগে সাপটো দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। প্ৰকতিৰ ভাৰসাম্য নিয়ন্ত্ৰনৰ বাবে বিষাক্ত জীৱ জন্তু বোৰ সংৰক্ষনৰ বাবে ৰাইজক আহ্বান জনায় সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈয়ে।
Latest article
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বেগুচৰাইত মুকলি কৰিলে বিহাৰৰ সৰ্ববৃহৎ বস্ত্ৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী...
হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সাজু হৈছে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ
বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ...
আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন
আজিৰে পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয়...