নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা

128

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা৷

বোকাখাতৰ যুৱ ব্যৱসায়ী দেৱজিৎ কলিতাক মাৰপিট৷

CCTVত বন্দী ঘটনাৰ সমগ্ৰ দৃশ্য৷

NRLৰ কৰ্মচাৰী ত্ৰিনয়ন শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ৷

ত্ৰিনয়নৰ সৈতে আছিল কাজিৰঙাৰ জান গগৈ নামৰ আন এজন লোক৷