নামনি মাজুলীৰ মলয়া চাপৰি ঘাটত অঘটন

73

নামনি মাজুলীৰ মলয়া চাপৰি ঘাটত অঘটন।

নাৱৰ পৰা পৰি সন্ধানহীন লংকেশ্বৰ কুলি নামৰ এজন লোক।

৭০ৰ ঊৰ্ধ্বৰ লংকেশ্বৰ কুলিৰ ঘৰ কুলিচাপৰি গাঁৱত।

সোৱণশিৰি নৈৰ সিটোপাৰে থকা এখনৰ গাঁৱৰ সকামলৈ বুলি গৈছিল লংকেশ্বৰ কুলি।

নাৱেৰে গৈ থকা সময়ত অচেতন হৈ নাৱৰ পৰা পৰি যায় লোকজন।

SDRFয়ে লোকজনৰ সন্ধানত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।