নলবাৰীৰ নিজ পকোৱাত শোকাৱহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে এটা ফটকা ফেক্টৰীত ভয়ানক ৰূপত জুই লাগিছে।যাৰ ফলত ফেক্টৰীটোত হোৱা বিস্ফোৰণত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়। ফটকা প্ৰস্তুতৰ সময়তে লগা জুইত মৃত্যু হৈছে শিৱম নামৰ যুৱকজনৰ। ইতিমধ্যেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে।
