নগাঁৱৰ ৰণথলীত দুটাকৈ বোমা উদ্ধাৰৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। ৰণথলীৰ ৰজাভেটিত উদ্ধাৰ হয় বোমা দুটা।
ইফালে এই খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ বোমা দুটা উদ্ধাৰ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।