এইবাৰ নগাঁৱত কলঙৰ বানৰ সংহাৰ।
নগাঁৱত কলঙৰ বানে চিঙিলে গড়কাপ্তানি পথ।
মাজৰআটি-লাওগাঁও সংযোগী পথ চিঙিলে বানে।
কলঙৰ বাঢ়নী পানীয়ে বুৰালে অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি।
কেইবাটাও অঞ্চলৰ বহু হেক্টৰ ধাননি-মীনপাম বুৰালে বানে।