ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : নগাঁও জিলাৰ দক্ষিণ হয়বৰগাৱঁৰ ছয় নং ৱাৰ্ডত তীব্র উত্তেজনাৰ মঙলবাৰে সৃষ্টি হয়। হায়দৰাবাদৰ পৰা এজন ব্যক্তি গোপনে বাহৰ পাতি থকা কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত ভয় আৰু উত্তেজনা বৃদ্ধি পাইছে। আৰক্ষী লোকক খবৰ দিছ যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে ।
