নগাঁও আৰক্ষীৰ জালত অস্ত্ৰ-শস্ত্ৰসহ দুৰ্ধৰ্ষ অপৰাধী।
আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড জেকী বাৰ্থ কে চাংমা।
আমচৈৰ গাৰোগাঁৱত আৰক্ষীয়ে চলাইছিল অভিযান।
চাংমাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা হস্তনিৰ্মিত পিষ্টল আৰু ৮জাঁই সজীৱ গুলী।
দুখন খুকুৰী আৰু দুখন তৰোৱালো জব্দ কৰিছে আৰক্ষীয়ে।
পশ্চিম কাৰ্বি আংলঙৰ বনাঞ্চলত অপৰাধজনিত কাৰ্যকলাপত জড়িত আছিল জেকী।
বন্যপ্ৰাণীৰ হত্যাটো জড়িত থকাৰ অভিযোগ।
