ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

325

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। এইপৰ্যন্ত ধেমাজিত চাৰিজনকৈ লোকৰ মৃত্যু। ২ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত আৰু আন দুজনৰ মৃত্যু হৈছে এনকেফেলাইটিছ সদৃশ ৰোগত। বৰ্তমানলৈকে ৪২ গৰাকী আক্ৰান্ত হৈছে এই ৰোগত। ইয়াৰে ১৮ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত।