ধুবুৰী অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান। হত্যাকাণ্ডত দোষী সাব্যস্ত আৰক্ষী কনিষ্টবলক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়। কনিষ্টবল মুকুট চন্দ্ৰ ৰায়ক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়। কণিকা দেৱী শৰ্মা নামৰ মহিলাক হত্যাৰ গোচৰত দোষী সাব্যস্ত। ৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ আদালতৰ।