ধাৰাসাৰ বৰষুণৰ পিছতে স্তব্ধ হিমাচল প্ৰদেশৰ ২০ টা পথৰ যাতায়ত; অৰেঞ্জ এলাৰ্ট জাৰী

429

হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছত প্ৰায় ২০ টা পথৰ যাতায়ত সম্পূৰ্ণৰূপে অচল হৈ পৰে।

ৰাজ্যখনৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মাণ্ডি জিলাৰ কাটোলা।

চিমলাত অব্যাহত থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাখনো বাহন মাটিত পোত যায়।