দোকানৰ মালিকক আতংকিত কৰি শূণ্যত গুলীচালনা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৪ জন

188

গুৰুগ্ৰামৰ খাণ্ডছা বজাৰত গেলামালৰ দোকানৰ মালিকক আতংকিত কৰি শূণ্যত গুলীচালনা কৰাৰ অভিযোগত মঙলবাৰে চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে লগতে জনোৱা মতে, দোকানৰ মালিকৰ পৰা ১০ লাখ টকা আদায় কৰিবলৈ চেষ্টা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

ইয়াৰে এজন সন্দেহযুক্ত ইন্দ্ৰজীত (২৬)ৰ কাৰাবন্দী গেংষ্টাৰ যেনে পাপলা গুজ্জাৰ আৰু কৌশলৰ সৈতে সম্পৰ্ক আছে বুলি এজন বিষয়াই জনায়।