দেশৰ পৰৱৰ্তী নিৰ্বাচন আয়ুক্ত নিযুক্তি

44

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি। ১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিব কুমাৰে।

তেওঁ এই দায়িত্বৰ সামৰণি পৰিব ২০২৯ চনৰ ২৬ জানুৱাৰীত।সমান্তৰালকৈ জ্ঞানেশ কুমাৰৰ ঠাইত এতিয়া নিৰ্বাচন আয়ক্ত হ’ব ড০ বিবেক যোশী।উল্লেখযোগ্য যে
নতুন আইনৰ ভিত্তিত বাচনি কৰা জ্ঞানেশ কুমাৰ হৈছে দেশৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত।