দেশবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ বটদ্ৰৱাৰ যুৱক। বটদ্ৰৱাৰ গেন্ধুৱা পথাৰৰ যুৱক ইকবাল হুছেইনক গ্ৰেপ্তাৰ CIDৰ। ওড়িশাৰ CIDৰ এটা দল আৰু জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ। পাকিস্তানৰ যুৱকৰ সৈতে লিপ্ত হৈ আছিল দেশবিৰোধী কাৰ্যকলাপত।