দেশবাসীক সম্বোধী লকডাউনৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

86

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে’ :দেশবাসীক সম্বোধী লকডাউনৰ ঘোষণাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰীৰ মোদীয়ে। ১৮ মে’ৰ পৰা আৰম্ভ হ’ব লকডাউন ৪। লকডাউন ৪ হ’ব নতুন নিয়মেৰে। ১৮ মে’ৰ পূৰ্বে ঘোষণা হ’ব নীতি-নিৰ্দেশনা। মাস্ক পিন্ধি দুগজ দূৰত থাকিয়ে আত্মনিৰ্ভৰ হ’ব লাগিব।