দেশত পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়।উল্লেখযোগ্য যে অন্ধ্ৰপ্ৰদেশত ভয়াৱহ ৰে’ল দুৰ্ঘটনাত ৩ গৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।এখন যাত্ৰীবাহী ট্ৰেইনত দ্ৰুতবেগী এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাৰ ফলত প্ৰাণ গ’ল তিনিজনৰ।বিশাখাপত্তনম-পলাচা যাত্ৰীবাহী ৰে’ল আৰু বিশাখাপত্তনম-ৰাগদা ৰে’লৰ মাজত এই সংঘৰ্ষ হয়।তাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।