দেশজুৰি প্ৰতিবাদ চলি থকাৰ মাজতেই ৪২গৰাকী চিকিৎসকক বদলি

117

দেশজুৰি চিকিৎসকৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত ৪২গৰাকী চিকিৎসকক বদলি। চিকিৎসকসকলৰ ভিতৰত আছে আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ ২ গৰাকী চিকিৎসক। পশ্চিমবংগ চৰকাৰৰ এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখ্যে, যোৱা ৯ আগষ্টত আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।