দেওৰ আৰু বোৱাৰীৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি এই মাৰপিট

280

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তর্গত হালধীয়া পথাৰত মাৰপিটৰ ঘটনা।

মাৰপিটত ৮ জনকৈ লোক আহত হৈছে।

আহত কেইজনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

ইয়াৰে দুজন উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।

দেওৰ বোৱাৰীৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি এই মাৰপিট।

এটা পৰিয়ালৰ মহিলা সহ ৮ জনক দেগাৰেৰে হানি খুচি হত্যাৰ চেষ্টা।

আনফালে ৪ জনকৈ লোকক ৰক্তাক্ত অৱস্থাত দেখা পোৱা গৈছে।

আহত সকলক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।