দিল্লীত বলবৎ নৈশ সান্ধ্য আইন

76

দিল্লীত আজিৰ পৰা বলবৎ নৈশ সান্ধ্যআইন৷ নিশা১০বজাৰ পৰা পুৱা ৫ বজালৈ অব্য থাকিব সান্ধ্যআইন ৷ কৰ’ণা সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত দিল্লী চৰকাৰৰ ৷৩০ এপ্ৰিললৈ অব্যাহত থাকিব নৈশ কাৰ্ফিও৷ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ২৪ ঘন্টাই খোলা থাকিব চিকিৎসালয়৷