দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে এক কেজিৰো অধিক সোন…

57

ডিজিটেল ডেস্ক:- বিহাৰৰ দাৰবাঙাত আজি এখন জুৱেলাৰী দোকানৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই লুটি লৈ এক কেজি সোনসহ বহু মূল্যবান আ-অলংকাৰ।

জানিব পৰা মতে পুৱা প্ৰায় ১০.৩০ বজাত পৱন লাট নামৰ লোকজনৰ জুৱেলাৰী দোকানৰ পৰা অস্ত্ৰৰ ভয় দেখুৱাই দুৰ্বৃত্তই ধন-সোন লুট কৰি লৈ যায়। পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে পলায়নৰ সময়ত বহু দুৰলৈকে গুলিবৰ্ষণ কৰি যায়।