দলগাঁৱৰ ৪ নং আৰিমাৰীত অঘটন।
ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানীত পৰি সলিল সমাধি কিশোৰৰ।
কলৰ ভূৰে নদী পাৰ হ’বলৈ লওঁতেই এই দুৰ্ঘটনা।
SDRF, চিভিল ডিফেন্স বাহিনীৰ অভিযানত উদ্ধাৰ ফাৰুক আলীৰ মৃতদেহ।