দক্ষিণ লেবানন আৰু ৰাজধানী বেটৰুটত পেজাৰ বিস্ফোৰণ

66

দক্ষিণ লেবানন আৰু ৰাজধানী বেইৰুটত পেজাৰ বিস্ফোৰণ। বিস্ফোৰণত এই পৰ্যন্ত ১১জনৰ মৃত্যু। ইৰানৰ ৰাষ্ট্ৰদূতসহ ২,৮০০জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইৰানৰ ৰাষ্ট্ৰদূত মোজিতবা অমানী। আঘাতপ্ৰাপ্তৰ ভিতৰত আছে হিজবুল্লাৰ সদস্য আৰু স্বাস্থ্যকৰ্মী। ঘটনাত ইজৰাইল জড়িত থকাৰ অভিযোগ হিজবুল্লাৰ। পেজাৰ ডিভাইচৰ ভিতৰত PETN কেমিকেল ব্যৱহাৰ কৰাৰ সন্দেহ। বিস্ফোৰণৰ বাবে ১৯ ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে বিমানসেৱা।