দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল যাত্ৰীবাহী বাছ।
৬৫০ ফুটত তলত পৰিল যাত্ৰীবাহী বাছখন।
ভয়ংকৰ দুৰ্ঘটনাত ২৫ গৰাকী লোকৰ মৃত্যু।
১৩গৰাকী যাত্ৰী আহতৰ খবৰ।
বাছখনত আছিল মুঠ ৫০ গৰাকী যাত্ৰী।