দক্ষিণ আমেৰিকাৰ দেশ চিলিত বনজুইৰ সংহাৰ। বনজুয়ে গ্ৰাস কৰিলে চিলিৰ জনবহুল বৃহৎ এলেকা। এইপৰ্যন্ত বনজুইত ৯৯জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা। মৃতকৰ ভিতৰত বৰ্তমানলৈ চিনাক্ত ৩২ জনক । এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা । জ্বলি ছাৰখাৰ হ’ল ১৬০০ৰো অধিক বাসগৃহ।