তেজপুৰৰ এগৰাকী মহিলাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

77

ব’হাগ প্ৰকৃতিৰ দান ।ব’হাগলৈ মাজত কেইদিনমান বাকী । প্ৰকৃতিৰ দান বহাগৰ আগমনৰ লগে লগে গছে ন-পাত ধৰে ।ওখ গছৰ বিৰিখত বহি কুলিজনীয়ে দিয়ে বহাগৰৰ জাননী । ফুলিছে কপৌ ফুল। বহাগ অহাৰ লগে লগে কুলীজনীয়ে ওখ গছৰ বিৰিখত  বহি দিয়া বিননীয়ে সচাঁই বহাগত  আনন্দ ধৰালৈ আহ্বান জনাই ।  বাপতি সাহোন ৰঙালী বিহুৰ জাননী  কুলি জনীৰ সুন্দৰ মাততে সকলো যেন মতলীয়া হৈ পৰে সকলো।তেজপুৰৰ এগৰাকী মহিলাৰ ব্যতিক্ৰমী প্ৰচেষ্টা। কপৌ ফুলৰ খেতিৰ জৰিয়তে আৰ্কষিত কৰিছে বহুতৰে মন।   তৰালি কলিতাই বিশ্বনাথ চাৰিআলিৰ পৰা ফুলৰ সচ আনি প্ৰায় ২ বছৰতকৈ বেছি সময় অতি যত্ন সহকাৰে ফুলৰ খেতি কৰি স্বাৱলম্বীতা হোৱাৰ উপৰিও ৰাইজৰ মন মোহিবলৈ  সক্ষম হৈছে ।