তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণা

83

ষ্টাফৰিপৰ্টাৰ,তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণা
কৰা হৈছে। কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে উপায়ুক্তৰ বাসগৃহ। উপায়ুক্ত ভাস্কৰ পেগু কোভিড পজিটিভ হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।উপায়ুক্তৰ সংস্পৰ্শলৈ অহা মন্ত্ৰী সঞ্জয় কিষাণ হোম কোৱাৰেণ্টাইনত আছে।
এই কথা ছ’ছিয়েল মিডিয়া ফেচবুকত নিজেই ঘোষণা কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে।