ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ

76

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ।

উদ্ধাৰ হৈছে ১০ টা গ্ৰেণেড, এটা ৭.৫ ৰিভ’লভাৰ, এটা পিষ্টল।

প্ৰাক্তন NDFBৰ সদস্যৰ বাসগৃহৰ পৰা উদ্ধাৰ অস্ত্ৰভাণ্ডাৰ।

তামোলবাৰীৰ লাইজৌ ওৰফে লালৰ বাসগৃহৰ পৰা উদ্ধাৰ অস্ত্ৰখিনি।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।