ড্ৰাগছ সৰবৰাহ কৰি কাছাৰত আৰক্ষীৰ জালত যুৱ কংগ্ৰেছৰ নেতা। উধাৰবন্ধ সমষ্টিৰ প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ উদ্দিনক গ্ৰেপ্তাৰ। আজহাৰ উদ্দিনৰ পৰা জব্দ ২ কোটি টকাৰ ১৮ হাজাৰ য়াবা টেবলেট। মণিপুৰৰ পৰা য়াবা টেবলেটখিনি লৈ অহাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।