ডিব্ৰুগড় আৰক্ষীৰ ওচৰত ৯ মাওবাদীৰ আত্মসমৰ্পণ

284

ডিব্ৰুগড় আৰক্ষীৰ ওচৰত ৯ মাওবাদীৰ আত্মসমৰ্পন। SIB আৰু 171 CRPF ৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণ।
ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত মাওবাদী ৯জনকৈ আত্মসমপৰ্ন কৰা সদস্য কেইজনৰ ক্ৰমে-অজয় চাবাৰ, ভাৰত তান্তি, অমিত মুৰা, অমিত সিং ৰাওটা, মোহন মুৰাৰী, অজিত ওৰাং, দীপেন মানকি, বিপুল তাঁতী, মিণ্টু ভৌমিজক আত্মসমপৰ্ন কৰে।ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।