ডিব্ৰুগড়ৰ পাছত ধুবুৰী লোকসভা সমষ্টিক লৈ কংগ্ৰেছত বিদ্ৰোহ

137

ডিব্ৰুগড়ৰ পাছত ধুবুৰী লোকসভা সমষ্টিক লৈ কংগ্ৰেছত বিদ্ৰোহ। দলৰ হাইকমাণ্ডলৈ বিধায়ক আব্দুৰ ৰশিদ মণ্ডলৰ বিস্ফোৰক পত্ৰ। ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বক লৈ মুকলি অসন্তুষ্টি ব্যক্ত। আব্দুল খালেক, ৱাজেদ আলী চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াৰ আহ্বান জনাইছিল বিধায়কজনে। আব্দুল হামিদকো প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান জনাইছিল আব্দুৰ ৰশিদ মণ্ডলে।