ডবকাত নিশা চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ লওঁতেই গুলীচালনা। আৰক্ষীৰ গুলীত আহত চোৰটো ওড়িশাৰ নাগালো নানী। ডবকা-ডিফু সংযোগী পথৰ শালবাগানত এই ঘটনা। গুলীবিদ্ধ চোৰটোৰ কবলৰ পৰা জব্দ মাৰণাস্ত্ৰ।