খেলৰ বাতৰিঃ টেষ্ট ক্ৰিকেটত কেৱল ছিক্সৰে ৰাণ সংগ্ৰহ কৰি অভিলেখ গঢ়িলে ইংলেণ্ডৰ টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক বেন ষ্ট’কে।
দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ছিক্স সংগ্ৰহ কৰি ষ্ট’কে টেষ্ট ক্ৰিকেটত ছয়ৰ সংখ্যা ১০৭ লৈ বৃদ্ধি কৰে।
নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ ইংলেণ্ডৰ মুখ্য প্ৰশিক্ষক ব্ৰেণ্ডন মেককালামৰ ১০৭টা ছয়ৰ অভিলেখৰ সমান কৰে বেন ষ্টকে।
