টকাৰ বিছনাত সুখনিদ্ৰাত মচগুল থকা VCDCৰ অধ্যক্ষক নিলম্বন। ভাইৰেল হৈছিল ৫০০ টকীয়া নোটৰ ওপৰত বেঞ্জামিন বসুমতাৰীয়ে শুই থকা দৃশ্য।দুৰ্নীতি নকৰো বুলি শপত লোৱা প্ৰমোদ বড়োৰ UPPLৰ কৰ্মীৰ কাণ্ড।