জয়মালাক আনিবলৈ তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল

148

জয়মালাক আনিবলৈ তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল।

আন ৯টা হাতীকো অনাৰ ব্যৱস্থা কৰিব বন বিভাগে।

শুকুৰবাৰে বন বিভাগৰ দল যাব তামিলনাডুলৈ।

বন বিভাগৰ সূত্ৰৰ পৰা প্ৰকাশ এই তথ্য।

তামিলনাডু মন্দিৰত জয়মালাৰ ওপৰত চলিছিল নিৰ্মম অত্যাচাৰ।

আজি জনতা ভৱনত জয়মালা সন্দৰ্ভত অনুষ্ঠিত হ’ব বৈঠক।

সন্ধিয়া ৭.৩০ বজাত মুখ্যমন্ত্ৰীৰে বন মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব।