জোনাই সমষ্টিৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

87

ষ্টাফৰিপৰ্টাৰ, ধেমাজি জিলাৰ জীৱ-বৈচিত্ৰ্যৰ অন্যতম প্ৰাণকেন্দ্ৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।মঙলবাৰে জোনাই সমষ্টিৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
জোনাই মহকুমাৰ বাহিৰ জোনাই আৰু বেৰা চাপৰি অঞ্চলত চিয়াং বা লালি নদীৰ বানবিধ্বস্ত এলেকাৰ ৰাইজৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰিলে এটা আশ্ৰয় শিবিৰো।