জুৰীয়াৰ পৰমাইভেটী গাৱত ভয়ংকৰ অগ্নিকাণ্ড ।
নিশা আনুমানিক ১০ মান বজাত এই অগ্নিকাণ্ডৰ ঘটনা ।
জানিব পৰা মতে মমবাতিৰ পৰা জুইৰ সুত্ৰপাত হয় ।
অগ্নিকাণ্ডৰ ফলত এখন ঘৰ সম্পুৰ্ণ ৰূপে জাহ যায় ।
প্ৰায় কেইবালাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় ।
পৰমাইভেটীৰ ফকৰ উদ্দিন মৌলানা নামৰ ব্যক্তিৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা ।
