জিএমচিএইছত চিকিৎসাধীন অখিল গগৈ, দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে বুকুৰ বিষত

279

দীৰ্ঘদিন ধৰি বুকুৰ বিষত আক্ৰান্ত হৈ থকা অখিল গগৈক ভৰ্তি কৰোৱা হৈছে জিএমচিএইছত।

শুকুৰবাৰে জিএমচিএইছৰ আইচিইউত ভৰ্তি কৰোৱা হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক।

উল্লেখ্য যে, দিল্লী ভ্ৰমণৰ সময়তো হঠাৎ অসুস্থ হৈ পৰিছিল অখিল গগৈ।

যাৰ বাবে তেওঁক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল।

কিন্তু দিল্লীৰ পৰা উভতি অহাৰ পিছতে পুনৰ অসুস্থ হৈ পৰে তেওঁ।