জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ৪ সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ আৰক্ষীৰ

160

জম্মু-কাশ্মীৰৰ ড’ডাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ৪ সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ আৰক্ষীৰ।

সন্ত্ৰাসবাদী কেইজনৰ তথ্য প্ৰকাশ কৰা ব্যক্তিলৈ ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা।

অঞ্চলটোত বিগত ৩ দিনত ৪টাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।

ছহিদ হৈছিল এজন CRPFজোৱান।

আহত হৈছিল কেইবাগৰাকীও নিৰাপত্তাৰক্ষী।