জম্মু -কাশ্মীৰত পুনৰ গুলীচালনা

162

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা।

ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা।

ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।

সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী।

গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে এজন সাধাৰণ নাগৰিকো ।