এখন ৰাজহুৱা সভাত ছোনিয়া গান্ধী, ৰাহুল গান্ধীক অপমানসূচক মন্তব্যৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উত্তৰাখণ্ডৰ আদালতৰ চমন৷ ১৮ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি৷ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰিছে চমন৷